Class 9 Science in Assamese
Class 9 Science Question Answer in Assamese for Chapter 5 ( The Fundamental Unit of Life.) for Assamese Medium School. 1. কোষ কোনে আৰু কেনেকৈ আবিষ্কাৰ কৰিছিল ? উত্তৰ:- ৰবাৰ্ট হুক নামৰ বিজ্ঞানীজনে কোষ আবিষ্কাৰ কৰিছিল । তেখেতে নিচেই সৰল অণুবীক্ষণ যন্ত্ৰ তাৰ সহায়ত কৰ্কৰ পাতল চ্ছেদ এটা নিৰীক্ষণ কৰিছিল আৰু তাঁত মৌ-কোঁহৰ আকৃতিৰ কিছুমান …