তিৱাসকল Class 10

তিৱাসকল Class 10 Question Answer

পাঠভিত্তিক প্রশ্মোত্তৰ ভাষিক দিশৰ পৰা তিৱাসকল কোনটো থালৰ লোক ? উত্তৰ:-ভাষিক দিশৰ পৰা তিৱাসকল ইণ্ডো-চীন ভাষাগোষ্ঠীৰ অন্তৰ্গত তিব্বত-বৰ্মীয় ভাষা পৰিয়ালৰ “বড়ো” থালৰ লোক। তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্তবোৰ কি কি ? উত্তৰ:-তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰসমূহ হৈছে– খ্ৰাম্‌ (ঢোল) বাৰ, শ্ৰাম্‌ খুজুৰা, খ্ৰাম্‌ পাস্থাই, দুম্‌দিং, দগৰ্‌, পাতিঢোল আদি চাম্ৰাৰে তৈয়াৰী বাদ্য; …

তিৱাসকল Class 10 Question Answer Read More »

ইন্দ্ৰসিং দেউৰী in Assamese

সকলো সমাজতে জাতীয় চেতনা জাগ্ৰত কৰিবলৈ, সমাজক আগবঢ়াই নিবলৈ ভিন ভিন সময়ত কিছুমান ব্যক্তিৰ জন্ম হয়। তিৱা সমাজক জাতীয় চেতনাৰে উদ্বুদ্ধ কৰিবলৈ যেন জন্ম হৈছিল এনে এজন ব্যক্তিৰ, নাম যাৰ ইন্দ্ৰসিং দেউৰী ১৯৩২ চনত পশ্চিম কাৰ্বি আংলং জিলাৰ ৰংখৈপাৰ গাঁৱত জন্মা দেউৰীয়েঅষ্টম শ্ৰেণীলৈকে পঢ়িয়েই শিক্ষাজীৱন সামৰিছিল। পাছলৈ বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ সংস্পৰ্শলৈ আহি দেউৰীয়ে উপলব্ধি কৰিছিল …

ইন্দ্ৰসিং দেউৰী in Assamese Read More »

LACHIT BORPHUKAN

Lachit Borphukan essay in Assamese

LACHIT BORPHUKAN ESSAY লাচিত বৰফুকন আছিল অসমৰ এজন মহান দেশভক্ত বীৰ পুত্ৰ । তেওঁৰ দৰে অন্য এজন বীৰৰ উদাহৰণ অসমৰ ইতিহাসত পোৱা নাযায় । আহোম-মোগলৰ মাজত সংঘটিত হোৱা শৰাইঘাটৰ যুদ্ধত তেওঁ যিধৰণৰ দক্ষতা,দায়বদ্ধতা আৰু কাৰ্যক্ষমতাৰ পৰিচয় দিছিল সিয়ে তেওঁৰ নাম অসমৰ ইতিহাসত অমৰ কৰি থৈ গৈছে। এইজনা বীৰ সন্তানৰ জন্ম হৈছিল ১৬১২ খ্ৰীঃত গড়গগীৱৰ ওচৰত। …

Lachit Borphukan essay in Assamese Read More »

অসমৰ বৰ্তমান সমস্যা Present issue of Assam

আৰম্ভণি মই ভাবোঁ বৰ্তমান অসমত নিবনুৱা সমস্যাই এক ভয়াৱহ সমস্যাৰূপে মূৰ দাঙি উঠিছে। যদিও আমাৰ মাজৰে বহুজনে বানপানীৰ সমস্যা আৰু সম্তাসবাদৰ সমস্যাকে অসমৰ বৰ্তমান জ্বলন্ত সমস্যা বুলি অভিহিত কৰিব খোজে, কিন্তু মই এই ক্ষেত্ৰত তেওঁলোকৰ লগত একমত নহয়। কাৰণ বানপানীৰ সমস্যা অসমৰ এক বতৰীয়া সমস্যা, যাক চৰকাৰ তথা ৰাইজৰ সহযোগিতাত সমাধান কৰিব পাৰি। আনহাতে সন্ত্ৰাসবাদৰ …

অসমৰ বৰ্তমান সমস্যা Present issue of Assam Read More »

POLLUTION ESSAY IN ASSAMESE

ENVIRONMENT POLLUTION ESSAY IN ASSAMESE পৰিৱেশ প্ৰদূষণ

ENVIRONMENT POLLUTION ESSAY IN ASSAMESE পৰিৱেশ প্ৰদূষণ আৰম্ভণি পৰিৱেশ বুলিলে আমি আমাৰ চাৰিওফালৰ বায়ু, পানী, মাটি আদিৰ অৱস্থাটোকেই বুজো মাটি, পানী, বায়ু আদিৰ ওপৰত গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি আদিয়েও প্রভাৱ পেলায় ৷ প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰিলে পৰিৱেশ অনুকূল হৈ থাকে আৰু প্ৰাকৃতিক ভাৰসাম্য হেৰালে পৰিৱেশ প্রতিকূল হৈ পৰে। প্ৰদূষণ কি সাধাৰণতে প্ৰাকৃতিকভাৱে , বায়ু ,পানী, মাটি …

ENVIRONMENT POLLUTION ESSAY IN ASSAMESE পৰিৱেশ প্ৰদূষণ Read More »

ছাত্ৰৰ কৰ্তব্য অসমীয়া ৰচনা

ছাত্ৰৰ কৰ্তব্য অসমীয়া ৰচনা

আৰম্ভণি বিদ্যালয়-মহাবিদ্যালয় বা অন্যান্য শিক্ষানুষ্ঠানসমূহত অধ্যয়ন কৰাসকলক বা ছাত্ৰ- ছাত্ৰীসকলক বা বিদ্যাৰ্থীসকলকে ছাত্ৰ বুলি কোৱা হয়। বিদ্যা অৰ্জনকেই ছাত্ৰৰ প্রধান কৰ্তব্য বুলি কোৱা হয় যদিও বিদ্যা অৰ্জনৰ লগে লগে ছাত্ৰসকলে আন কিছুমান কৰ্তব্যও কৰি যাব লাগে। সাধাৰণতে ছাত্ৰাৱস্থাকেই মানৱ জীৱনৰ ভেটি স্বৰূপ বুলি গণ্য কৰা হয়। সেয়েহে, এই সময়ছোৱাত ছাত্ৰসকলে ভালদৰে শিকি-বুজি ভৱিষ্যতে এজন সৎ …

ছাত্ৰৰ কৰ্তব্য অসমীয়া ৰচনা Read More »

Chapter 6 question answer in assamese

Class 9 Science Chapter 6 question answer in assamese

Class 9 Science Chapter 6 question answer in assamese tolot diya ase akha koru apunaluke ai answerbur porhi upokrito hobo পাঠভিত্তিক প্ৰশ্নোত্তৰ কলা কি ? Chapter 6 question answer in assamese উঃ এটা নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰিবলৈ সংঘবদ্ধ একেধৰণৰ কোষৰ সমষ্টিক কলা হিচাপে সংজ্ঞাবদ্ধ কৰা হয়। অন্যাৰ্থত, ই হৈছে দেহৰ এক বাততোধিক নিৰ্দিষ্ট কাৰ্য সম্পাদন …

Class 9 Science Chapter 6 question answer in assamese Read More »

নিবনুৱা সমস্যা

নিবনুৱা সমস্যা UNEMPLOYMENT IN ASSAM

নিবনুৱা সমস্যা আৰম্ভণি শিক্ষা-দীক্ষা আহৰণ কৰি কৰ্ম-সংস্থান নোপোৱা লোকক নিবনুৱা বুলি কোৱা হয় । আজিবিশ্বত সবাতোকৈ ভয়াবহ ৰূপত দেখা দিয়া সমস্যাটো হ’ল নিবনুৱা সমস্যা। তথ্য-প্ৰযুক্তিবিদ্যাৰ নৱ-নৱ উত্ভাৱনে কৰ্মসংস্থানৰ পৰিসৰ কমাই আনিছে। ফলত বৰ্ধিত নিবনুৱা সমস্যাই দেখা দিয়ে। বিভিন্ন প্ৰকাৰৰ নিবনুৱা ভাৰতবৰ্ষৰ নিবনুৱাসকলক প্রধানকৈ দুই ভাগত ভগাব পাৰি— গ্ৰাম্য নিবনুৱা আৰু নগৰীয়া নিবনুৱা গ্ৰাম্য নিবনুৱা আকৌ …

নিবনুৱা সমস্যা UNEMPLOYMENT IN ASSAM Read More »

মোবাইল ফোনৰ সুপ্ৰভাৱ আৰু কুপ্রভাব

মোবাইল ফোনৰ সুপ্ৰভাৱ আৰু কুপ্রভাব

আধুনিক যুগৰ অপৰিহাৰ্য আহিলাসমূহৰ ভিতৰত মোবাইল ফোন সৰ্বাধিক গুৰুত্বপূৰ্ণ ।যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত বৈপ্লৱিক দিগন্তৰ সূচনা কৰা এই মোবাইল ফোনৰ জনপ্ৰিয়তাই নিত্যনতুন অভিলেখৰ সৃষ্টি কৰিছে, যেন মোবাইল ফোন অবিহনে মানুহৰ জীৱনযাত্ৰাই স্তব্ধ হোৱাৰ দৰে হৈছে। নিঃসন্দেহে টেলিসংযোগ জগতৰ আটাইতকৈ যুগান্তকাৰী উদ্ভাৱনেই হৈছে এই মোবাইল ফোন। অৰ্থনৈতিকভাৱে অনগ্ৰসৰ আৰু ভৌগোলিকভাৱে বিচ্ছিন্ন দেশ- জাতিৰ বাবেও মোবাইল ফোন হৈছে …

মোবাইল ফোনৰ সুপ্ৰভাৱ আৰু কুপ্রভাব Read More »