Assamese application

Leave application in assamese language

In this you will learn how to write a leave application in assamese language. So without wasting much time lets start.

leave application in assamese

আবেদন লিখন

তোমাৰ জ্বৰ হোৱা বাবে বিদ্যালয়ত তিনিদিন উপস্থিত থাকিব পৰা নাই। এই তিনিদিনৰ চুটি বিচাৰি শ্ৰেণীৰ শিক্ষকৰ জৰিয়তে অধ্যক্ষ/প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা ।

উত্তৰ :-

মাননীয় প্ৰধান শিক্ষক মহোদয়,
………………………………..হাইস্কুল ( Apuni porha school Khonor naam “……” Diya keitar vitorot likhibo)
……………………………….শ্ৰেণীৰ মাননীয় শিক্ষক মহাশয়ৰ জৰিয়তে । ( Jun classot porha khei classor naam jene Class ix, Class X etc.

বিষয়: ছুটীৰ বাবে আবেদ ।

মহাশয়,
বিহিত সন্মান-পূৰ্বক নিবেদন এই যে জ্বৰ হোৱা বাবে মই তাৰিখৰ পৰা …………তাৰিখলৈ …………………শ্ৰেণী/বিদ্যালয়ত থাকিব পৰা নাই। ( jun tarikhor pora upostit thakibo pora nai “……” keitar vitorot khei tarikho keita bohabo)

গতিকে উক্ত দিন কেইটা ছুটী দি বাধিত কৰাবলৈ মহোদয়ক অনুৰোধ জনালোঁ ।

ইতি——-

আপোনাৰ একান্ত বাধ্য ছাত্র/ছাত্ৰী
শ্ৰী…..( apunar naam)
শ্ৰেণী…( apuni porha sreni )
ৰোল নং ….( Apunar classor roll no )

Leave application

ঠিক তেনেদৰে বেলেগ এখন দৰ্খাস্তৰ উত্তৰ আপুনি লিখিব পাৰিব ( Application for leave in assamese )। দেউতাৰাৰ অসুখৰ বাবে তুমি এসপ্তাহ স্কুললৈ আহিব পৰা নাছিলা, তাৰ বাবে ছুটী বিচাৰি প্ৰধান শিক্ষকলৈ এখন আৱেদন পত্ৰ প্ৰস্তুত কৰা ।

Letter writing in assamese

Assamese application writing bivinna dhoronor hobo pare kintu moi ai post tut apunalukok kewol schoolor babe joruri asomia dorkhastor likhoni he prastut kori disu. Ei application keikhon apuni apunar porikha ba apunar schoolor jorukalin obostat bebohar koribo paribo. Atia ahu beleg ata kothaloi. Apunar jodi schoolot hothat petor bikh ba muror bikh hoi tetia apuni schoolor pora suti lobor babe kenedore abedon likhibo ?

মাননীয় প্ৰধান শিক্ষক মহোদয়,
………………………………..হাইস্কুল ( Apuni porha school Khonor naam “……” Diya keitar vitorot likhibo)
……………………………….শ্ৰেণীৰ মাননীয় শিক্ষক মহাশয়ৰ জৰিয়তে । ( Jun classot porha khei classor naam jene Class ix, Class X etc.

বিষয়: ছুটীৰ বাবে আবেদ ।

মহাশয়,

বিহিত সন্মান-পূৰ্বক নিবেদন এই যে আজি মোৰ হঠাৎ পেটৰ বিষ হোৱাৰ বাবে বাকী থকা পিৰিয়ড কেইটা মই শ্ৰেণীকোঠাত থাকিব নোৱাৰিম অনুগ্ৰহ কৰি মোক ঘৰলৈ যাবলৈ অনুমতি দিয়ে যেন ।

ইতি——-

আপোনাৰ একান্ত বাধ্য ছাত্র/ছাত্ৰী
শ্ৰী…..( apunar naam)
শ্ৰেণী…( apuni porha sreni )
ৰোল নং ….( Apunar classor roll no )

Leave a Comment

Your email address will not be published. Required fields are marked *