science chapter 7 assamese

Class 9 Science assamese medium ch-7

Class 9 science chapter 7 assamese question answer bur tolot dhuniyakoi diya ase .

Table of Contents

জীৱৰ বিচিত্ৰতা

1.আমি জীৱবিলাকৰ কিয় শ্ৰেণীবিভাজন কৰো ? science chapter 7 assamese

সকলো জীৱক পৃথকভাৱে অধ্যয়ন কৰাটো সম্ভৱ নহয় সেয়ে, সাদৃশ্য আৰু বিভিন্নতাৰ ভিত্তিত সিহঁতক ক্ষুদ্ৰ বা বৃহৎ গোটত অন্তৰ্ভুক্ত কৰাৰ আৱশ্যকতা আছে। এইটোৱেই হৈছে আমি জীৱক অনুক্ৰমিকভাৱে শ্ৰেণীবিভাজন কৰাৰ প্রধান কাৰণ। জীৱৰ বিভিন্ন গোটৰ মাজত আন্তঃসম্পৰ্ক অধ্যয়ন কৰাতো ই সহায় কৰে ।


2.তোমাৰ চাৰিওপাশে থকা বিভিন্ন, জীৱৰিলাকৰ মাজত দেখা পোৱা পাৰ্থক্যবিলাকৰ তিনিটা উদাহৰণ দিয়া । science chapter 7 assamese

উঃ আমাৰ চাৰিওপাশে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পোৱা পাৰ্থক্যবিলাকৰ তিনিটা উদাহৰণ হৈছেঃ –
(ক) জীৱন কাল :- প্রত্যেক জীৱৰ নিৰ্দিষ্ট জীৱন কাল আছে। যেনে £ মহে মাত্র কেইদিনমানহে জীয়াই থাকে আনহাতে কিছুমান সৰল গছে হাজাৰ হাজাৰ বছৰ জীয়াই থাকে।

(খ) আকাৰঃ জীৱভেদে আকাৰৰ ভিন্নতা থাকে । উদাহৰণস্বৰূপে আনুবিক্ষনিক বেক্টেৰিয়াৰ আকাৰ কেই মাইক্রমিটাৰ মানহে, আনহাতে নীল৷ তিমি মাছৰ দৈৰ্ঘ্য 30 মিটাৰ ৷

গে) বৰণঃ বিভিন্ন জীৱৰ মাজত ৰঙৰ ভিন্নতা পৰিলক্ষিত হয় । ইহঁত বৰণহীন বা সবচ্ছ হ’ব পাৰে ( যেনে-কৃষি, পেলু লি ৰ সবৰ বাৰে বোল – ফুল, চৰাই আদি )।

3.জীৱজগতৰ শ্ৰেণী বিভাজন কৰোতে কোনটো চৰিত্ৰগত বৈশিষ্ট্যক বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিবা ?
(কে). সিহঁতে বস্বাস কৰা স্থানক ? ৰ ?
(খ) সিহঁতৰ দেহগঠনত অংশ লোৱা কোষৰ প্রকাৰক ? আৰু কিয় ?
science chapter 7 assamese

উঃ সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্রকাৰক। কাৰণ, একে আৱাসত থকা জীৱবোৰৰ আক্লয়ব গঠন, খাদ্যাভাস আদিৰ ক্ষেত্ৰত ভিন্নতা থাকে। গতিকে বসবাস কৰা স্থানৰ ভিত্তিত জীৱৰ শ্ৰেণী বিভাজন কৰাটো অতি সৰল আৰু অনুপযুক্ত প্দক্ষেপ। আনহাতে এয়া জিনীয় বৈশিষ্ট্য হোৱা হেতুকে জীৱৰ কোষৰ প্ৰকাৰে দেহৰ আৰ্হি, বিভিন্ন কাৰ্য সম্পাদনৰ ক্ষমতা আদি নিৰ্দেশ কৰে। গতিকে, ইয়াৰ ভিত্তিত শ্রেণী বিভাজন কৰাটো অধিক নিৰ্ভৰযোগ্য হিচাপে বিবেচনা কৰা হয় ।

3.জীৱজগতৰ শ্ৰেণী বিভাজন কৰোঁতে কোনটো চৰিত্ৰগত বৈশিষ্ট্যক বেছি গুৰুৰ বুলি বিবেচনা কৰিবা ?
কে). সিহঁতে বস্বাস কৰা স্থানক ? _
(খ) সিহঁতৰ দেহগঠন্ত অংশ লোৱা কোষৰ প্রকাৰক ? আৰু কিয় ?

সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক৷ কাৰণ, একে আৱাসত থকা জীৱবোৰৰ অবয়ব গঠন, খাদ্যাভাস আদিৰ ক্ষেত্রত ভিন্নতা থাকে। গতিকে বসবাস কৰা স্থানৰ ভিত্তিত জীৱৰ শ্ৰেণী বিভাজন কৰাটো অতি সৰল আৰু অনুপযুক্ত প্দক্ষেপ । আনহাতে এয়া জিনীয় বৈশিষ্ট্য হোৱা হেতুকে জীৱৰ কোষৰ প্ৰকাৰে দেহৰ আৰ্হি, বিভিন্ন কাৰ্য সম্পাদৰ ক্ষমতা আদি নিৰ্দেশ কৰে । গতিকে ইয়াৰ বিভিন্ন শ্ৰেণী বিভাজন কৰাটো অধিক নিৰ্ভৰযোগ্য হিচাপে বিবেচনা কৰা হয় ।

4.জীৱজগতৰ শ্ৰেণী বিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্রাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো কি ?

জীৱজগতৰ শ্ৰেণী বিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্রাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো হ’ল ‘কোষৰ প্রকাৰ” । অৰ্থাৎ এই বৈশিষ্ট্যৰ আধাৰত প্ৰকোষকেন্দ্ৰীয় কোষ অথবা সংকোষকেন্দ্ৰীয় কোষৰ শ্ৰেণীবিভাজন কৰ৷ হৈছে ।

5.কি চৰিত্ৰগত বৈশিষ্ট্যক ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণীৰিলাকক দুটা পৃথক ভাগত স্থান দিয়া হৈছে ?

পৰিপুষ্টিৰ আধাৰত অৰ্থাৎ নিজৰ আহাঁৰ নিজে প্ৰস্তুত কৰাৰ ক্ষমতা অথব৷ বহিঃ উৎসৰ পৰা খাদ্য আহৰণৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিদ আৰু প্রাণীবিলাকক দুটা পৃথক ভাগত স্থান দিয়৷ হৈছে ৷ উদ্ভিদসমূহ স্বপোষী জীৱ, কিয়নো ইহঁতে সালোক সংশ্লেষণ প্রক্ৰিয়াৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে আৰু প্ৰাণীসমূহ পৰপোষী জীৱ, কিয়নো ইহঁতে বহিঃ উৎসৰ পৰা বা প্রত্যক্ষ বা পৰোক্ষভাবে উদ্ভিদৰ পৰা খাদ্যবস্তু সংগ্ৰহ কৰে ।

6.কোনবোৰ জীৱক নিন্নস্তৰীয় জীৱ বুলি কোৱা হয় আৰু এইবোৰ উচ্চস্তৰীয় জীৱবোৰৰ পিৰা কিদৰে পৃথক ? science chapter 7 assamese


যিবোৰ জীৱৰ প্রাচীন কোষীয় সংগঠন বা দৈহিক আৰ্হি আছে আৰু সঠিকভাৱে পৰিৱৰ্তন হোৱা নাই সেইবোৰক ‘নিম্নস্তৰীয় জীৱ বুলি কোৱা হয়। নিম্নস্তৰীয় জীৱবোৰ উচ্চস্তৰীয় জীৱবোৰতকৈ ভিন্ন কিয়নো নিম্নস্তৰীয় জীৱৰ দেহৰ গঠন সৰল, ইয়াৰ বিপৰীতে উচ্চস্তৰীয় জীৱবোৰৰ দেহৰ গঠন অধিক জটিল।

7.উচ্চস্তৰীয় জীৱ জটিল জীৱসমূহৰ দৰে একেইনে ? যদি হয়, কিয় ? science chapter 7 assamese

হয়, উচ্চস্তৰীয় জীৱসমূহক জটিল জীৱ বুলিও কোৱা হয়।

জীৱই জটিল গঠন আহৰণ কৰিব পাৰে বুলি ক’লে ভুল কোৱা নহ’ব ।

8.মনেৰা আৰু প্ৰটিষ্টা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাকক কি নিৰ্ণায়ক চৰিত্ৰৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছে ?

মনেৰা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাকক নিম্নোক্ত নিৰ্ণায়ক চৰিত্ৰৰ ওপৰ্ত ভিত্তি কৰি বিভক্ত কৰা হৈছেঃ

(ক) এককোষী জীৱ

(খ) প্রকোষকেন্দ্ৰীয় জীৱ

(ৰ্গ) এককোষী জীৱ

(খ) সংকোষকেন্দ্ৰীয় জীৱ ন

9.সালোক সংশ্লেষণ সংঘটিত কৰিব পৰা সংকোষকেন্দ্ৰীয় কোষেৰে গঠিত এককোষী জীৱবোৰক তুমি কোনখন ৰাজ্যত অন্তৰ্ভূক্ত কৰিবা?

প্রটিষ্টা, যেনে ঃএককোষী সালোক সংশ্লেষণকাৰী শেলাই ।

Read more



Leave a Comment

Your email address will not be published. Required fields are marked *