নেপালীভাষী গোৰ্খাসকল

Class 10 assamese question answer

Class 10 assamese question answer SEBA/NCERT Solution chapterwise tolot oti khundorkoi diya hoise akhakoru apunaluk iyar pora upokrito hobo. Thankyou.

Group A: বাধ্য়তামূলক

বৰগীতQuestion Answer
জিকিৰQuestion Answer
বহাগীৰ বিয়াQuestion Answer
মোৰ দেশ মানুহৰ দেশQuestion Answer
দৃশ্যান্তৰQuestion Answer
সাহিত্য়ই জীৱনৰ অমিয়াQuestion Answer
ছাত্ৰ জীৱন আৰু সমাজ সেৱাQuestion Answer
ভাৰতীয় সংস্কৃতিQuestion Answer
অসমৰ জনগোষ্ঠীৰ গাথঁনি আৰু সংস্কৃতিQuestion Answer
মূল্য়বোধQuestion Answer
নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱQuestion Answer
পাৰস্য়ত এভুমুকিQuestion Answer
ব্যাকৰণ (পাঠভিত্তিক)
নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰি সমাস, সন্ধি, ব্যাক পৰিৱৰ্তন (সৰল,যৌগিক,জটিল) নত্ব বিধি আৰু
স্বত্ব বিধি, যতি চিহ্নৰ ব্যৱহাৰ, খণ্ডব্যাক/ জতুৱা ঠাঁচ, বিপৰিতাৰ্থক আৰু সমাৰ্থক শব্দ, এটা শব্দত
প্ৰকাশ, প্ৰত্যয়,ভাব সম্প্ৰসাৰণ/ প্ৰতিবেদন/ আবেদন লিখন ৰচনা
Question Answer
প্ৰশস্তিQuestion Answer

GROUP-B

মুক্তিমঙ্গল ভটিমাQuestion Answer
কইনাৰ চাতুৰীQuestion Answer
স্ৱৰ্গদেৱ প্ৰতাপ সিংহQuestion Answer
বিষাদ যোগQuestion Answer
প্ৰৰণাQuestion Answer

বৰগীত: মাধৱদেৱ

কবিয়ে ভগৱানৰ চৰণত আত্মনিবেদন কৰিছে আৰু তেওঁৰ শ্ৰণতেই মুক্তিৰ প্ৰয়াস কৰিছে । কবিয়ে সকলো ধৰণৰ প্ৰাৰ্থিৱ মোহ-আকাংশা ত্যাগ কৰি ভগৱানৰ চৰণত শৰণ লোৱাৰ লগতে জীৱনে-মৰণে তেওঁৰ পদপ্ৰান্ততেই একমাত্ৰ আশ্ৰয় গ্ৰহণ কৰাটো অতি তাৎপৰ্যপূৰ্ণ । class 10 assamese question answer seba

ভক্তকবি মাধৱদেৱে ভগৱন্তৰ চৰণত একান্তভাৱে আত্মা নিবেদন কৰি তেওঁক জীৱনে-মৰণে নেৰিবৰ কাৰণে অতিশয় কাকতি কৰিছে । ভগৱানৰ অপাৰ মহিমা । কবিয়ে কৈছে যে প্ৰাৰ্থিৱ অকাংশা সংসাৰিক বান্ধোন প্ৰতি আকৰ্ষিত কৰিছে বাবেই তেওঁ উদ্ধাৰৰ পথ বিচাৰি ভগৱন্তৰ চৰণত আত্মসমৰ্পণ কৰিছে । ভক্তৰ মনোবাঞ্চা পূৰণ কৰি ভগৱন্তই কৃপা কৰিলেহে তেওঁ সংসাৰিক মূহবন্ধনৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হব । For Question Answer Click Here

জিকিৰ

জিকিৰসমূহ ইছলামধৰ্মী সাধুপুৰুষ এজন ফকিৰৰ দ্বাৰা ৰচিত আধ্যাত্মিক গীত । লোকগীতৰ ধ্বনি-প্ৰতিধ্বনিৰে পৰিপুষ্ট জিকিৰসমূহ জাতি ধৰ্ম সম্প্ৰদায়ৰ নিৰ্বিশেষে অতি জনপ্ৰিয় । অসমৰ ধৰ্মীয় আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ ক্ষেত্ৰত জিকিৰসমূহৰ গুৰুত্ব অনস্বীকাৰ্য । class 10 assamese question answer seba

জিকিৰবোৰ অসমীয়া ভাষাৰ অমূল্য সম্পদ । জিকিৰ শব্দটো “জিকৰ” শব্দৰ পৰা ওলাইছে । জিকিৰ শব্দৰ মূল অৰ্থ স্মৰণ কৰা , উল্লেখ কৰা , আল্লাৰ নাম, গুণ কৰা সেয়ে মুছলমান সকলৰ জিকিৰবোৰক হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি । এই অৰ্থাৎ ইয়াক ইছলামসকলৰ ভকতি গীত বুলিও কব পাৰি । ইছলাম ধৰ্মৰ মূল তাত্ত্ববোৰ এই গীতৰ মাজত নিহিত হৈ আছে । For Question Answer Click Here

দৃশ্যান্তৰ class 10 assamese question answer

দৃশ্যান্তৰ কবিতাটোত কবিয়ে পচিছ বছৰৰ পিছত দৃষ্টিগোচৰ হোৱা দুটি ভিন্ন দৃশ্যৰ অৱতাৰণা কৰিছে । সময়ৰ পৰিবৰ্তনৰ লগে লগে সমাজ জীৱনলৈ যেনে ধৰণৰ পৰিৱৰ্তন আহে, সেই পৰিৱৰ্তনে মানুহক বৈষয়িক সুখ-সমৃদ্ধি প্ৰদান কৰিলেও আচলতে যে মানুহ প্ৰকট সুখ লাভৰ পৰা বঞ্চিত হয়, সেই কথা কবিতাটোৰ দুটি ভিন্ন দৃশ্যৰ মাধ্যমেডি কবিয়ে প্ৰকাশ কৰিছে । দুটি দৃশ্যৰ মাজেদি কবিয়ে গ্রাম্য জীৱনৰ সৰলতা আৰু সহজ আন্তৰিকতাৰে বিপৰীতে নাগৰিক সভ্যতাৰ বিকাশৰ সৃষ্টি কৰা কংক্ৰীটৰ অৰণ্যত যে মানুহ প্ৰকৃত মানুহচোখ-শান্তি লাভৰ পৰা বঞ্চিত, সেই কথা সোঁৱৰাই দিছিল । For Question Answer Click Here

ছাত্ৰ-জীৱন আৰু সমাজ সেৱা class 10 assamese question answer

কাৰ্যকৰী শিক্ষাৰ ঠাইস্বৰূপে আমাৰ ছাত্ৰসকলে সম্প্ৰতি গাওঁতে নিজৰ কাৰ্যক্ষেত্ৰ কৰি লব পাৰে এই কুৰি শতিকাৰ মাজভাগটো এই দেশত আমাৰ দেশত অজ্ঞানতাই নিৰ্বিবাদে ৰাজত্ব কৰিছে, ইয়াতকৈ আৰু ধিক্কাৰ কথা কি হব পাৰে ?

ইয়াত লেখকে দেখুৱাইছে যে ছাত্র-ছাত্ৰী সকলে গাঁওৰ নিৰক্ষৰ জনসাধাৰণক অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ পৰা মুক্ত কৰি বাহিৰৰ জগতখনৰ সৈতে পৰিচয় কৰাই দিব লাগিব । মানুহৰ মনৰ পৰা সংকীৰ্ণ ভাব দূৰ কৰিব লাগিব । নানা ধৰণৰ সদুপদেশেৰে তেওঁলোকৰ মনবোৰ বিকশাই তুলিবলৈ যত্ন কৰিব লাগে এনেদৰেই শিক্ষাৰ্থীয়ে কাৰ্যকৰী শিক্ষা লাভ কৰিব পাৰে । For Question Answer Click Here

ভাৰতীয় সংস্কৃতি class 10 assamese question answer

ভাৰতীয় সংস্কৃতি পাঠতিৰ ৰাম্ভণিতেই ভাৰতীয় সংস্কৃতিৰ স্বৰূপ সম্পৰ্কে হেম বৰুৱাই কেৱল গৈ উল্লেখ কৰিছে যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু । আৰ্য,অনাৰ্য, মঙ্গোলীয়, দ্ৰাবিড়ি প্ৰভৃতি বিভিন্ন জনগোষ্টীৰ প্ৰবাহমান সোতৰ সমন্বয়ত ভাৰতীয় সংস্কৃতিয়ে নিদৃষ্ট ৰূপত আত্মপ্ৰকাশ কৰিছে । ভাৰতীয় সংস্কৃতিলৈ যুগ যুগ ধৰি বিভিন্ন দেশ-বিদেশী সংস্কৃতিৰ সোঁত আহিছে, গ্ৰীক হুন প্ৰভৃতি বিভিন্ন জনগোষ্টীৰ লোক চামে চামে ভাৰতলৈ আহিছে আৰু ইয়াত নিগাজীকৈ বসতি বিস্তাৰ কৰিবলৈ লৈছে । পুৰণি ভাৰতৰ বুৰঞ্জীত বিভিন্ন অভিযানৰ কথা পোৱা যায় । এই অভিযানসমূহত থলুৱা ভাৰতীয় আৰু ভাৰতৰ বাহিৰৰ পৰা প্ৰবজিত লোকসকলৰ মাজত যেনেদৰে সংগ্ৰাম আৰু সংঘৰ্ষ হৈছে, ঠিক তেনেদৰে পৰস্পৰৰ মাজত ভাব-ভাষা আৰু কলা সংস্কৃতিৰ আদান প্ৰদান আৰু বিনিময়ো হৈছে । গতিকে দেখা যায় যে ভাৰতীয় সংস্কৃতিৰ ইতিহাস ৰাজনৈতিক ইতিহাসৰ দৰেই সমন্বয় আৰু আদান-প্ৰদান , বিনিময় আৰু সংস্কৃতি গ্ৰহণৰ প্ৰভৃতি বিভিন্ন দিশত যোগ যোগ ধৰি হোৱা বিনিময় আৰু আদান-প্ৰদানৰ মাজেদি বৰ্তমান ভাৰতীয় সংস্কৃতিয়ে বিচিত্ৰ ৰূপ পৰিগ্ৰহ কৰিছে । For Question Answer Click Here

অসমৰ জনগোষ্ঠীৰ গাথঁনি আৰু সংস্কৃতি

বিভিন্ন ভাষা জনগোষ্টীৰ, কলা- সংস্কৃতিৰ ৰীতি-নীতি আদিৰ সংমিশ্ৰণত গঢ়ি উঠা অসমীয়া জাতিটো সাম্প্ৰতিক কালত ভাঙোনমুখী হৈ পৰিছে । একটাৰ এনাজৰীৰে সকলোকে বান্ধি ভাতৃবোধ জাগ্ৰত কৰাত সহায় কৰাৰ বাবে বৰ্তমান সময়ত এই পাঠটোৰ জৰিয়তে বুজোৱা হৈছে । For Question Answer Click Here

অৰুনিমা সিনহা class 10 assamese question answer

ভিন ভিন সময় আৰু ভিন ভিন পৰিবেশত একোগৰাকী ব্যক্তিয়ে নিজৰ নিজৰ প্ৰতিভাৰে জাতীয় জীৱনৰ জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে , এই কথা অসীম সাহস, ধৈৰ্য, কষ্ট , প্ৰত্যাহ্বান আৰু আত্মপ্ৰত্যয়ৰ প্ৰতীক অৰুণিমাৰ বিস্ময়কৰ কৰ্মজীৱনে সঁচা প্ৰমাণিত কৰিছে । class 10 assamese question answer seba
এই পাথটিত অৰুণিমাই এভাৰেষ্ট বিজয়ৰ সপোন কিদৰে দিঠকত পৰিণত কৰিবলৈ কিদৰে অনুশীলনী কৰিছিল আৰু অৰুণিমাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া আছে । For Question Answer Click Here

পাৰসত্য এভুমুকি

ইৰাণৰ ভূতত্বৰ বিভিন্ন জিলাত তেল আৰু গেছ পোৱা যায় ।পাৰস্য উপসাগৰ আৰু উত্তৰ- পশ্চিম আহৱাজনৰ ওচৰে-পাজৰে বহুতো তৈল ক্ষেত্ৰ আছে আৰু আনহাতে ইৰাণৰ কেইবাখনো গেছ উৎপাদনকাৰী তৈলক্ষেত্ৰ আছে । পাৰস্য উপসাগৰীয় এলেকাত মধ্যজীৱী মহাকল্পৰ শিলাস্তৰত বৃহৎ পৰিমাণৰ তৈল সম্পদ আছে । এই পাঠতিৰ জৰিয়তে ইৰাণৰ বিষয়ে চমুকৈ আলোচনা কৰা আছে আৰু সবিশেষ জানিবলৈ আপোনাৰ পাঠ্যপুথিৰ অধ্যায়তেওঁ অতি ভাল দৰে পঢ়িব । For Question Answer Click Here

ব্যাকৰণ (পাঠভিত্তিক)

নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰি সমাস, সন্ধি, ব্যাক পৰিৱৰ্তন (সৰল,যৌগিক,জটিল) নত্ব বিধি আৰু স্বত্ব বিধি, যতি চিহ্নৰ ব্যৱহাৰ, খণ্ডব্যাক/ জতুৱা ঠাঁচ, বিপৰিতাৰ্থক আৰু সমাৰ্থক শব্দ, এটা শব্দতপ্ৰকাশ, প্ৰত্যয়

ভাব সম্প্ৰসাৰণ/ প্ৰতিবেদন/ আবেদন লিখন ৰচনা Click Here

For Class 10 Science Click Here

Leave a Comment

Your email address will not be published. Required fields are marked *