Assamese essay on covid-19
আৰম্ভণি ( Coronavirus essay in Assamese ) সম্প্রতি কভিড ১৯ এটা আন্তৰ্জাতিক ট্ৰাস হিচাপে পৰিগণিত হৈছে । কৰ’না ভাইৰাছ হল এক প্ৰকাৰৰ সংক্ৰামক মহামাৰী । ই গোটেই বিশ্বতে খলকনিৰ সৃষ্টি কৰিছে । বহু বছৰ আগতে SARS-COV-2 নামৰ মহামাৰীৰ উৎপত্তি হৈছিল । এই মহামাৰীৰ বাবেও এক প্ৰকাৰৰ কৰ’না ভাইৰাছেই আছিল দায়ী । বিশ্ব স্বাস্থ্য সংস্থাই কৰ’না …