তিৱাসকল Class 10 Question Answer
পাঠভিত্তিক প্রশ্মোত্তৰ ভাষিক দিশৰ পৰা তিৱাসকল কোনটো থালৰ লোক ? উত্তৰ:-ভাষিক দিশৰ পৰা তিৱাসকল ইণ্ডো-চীন ভাষাগোষ্ঠীৰ অন্তৰ্গত তিব্বত-বৰ্মীয় ভাষা পৰিয়ালৰ “বড়ো” থালৰ লোক। তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্তবোৰ কি কি ? উত্তৰ:-তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰসমূহ হৈছে– খ্ৰাম্ (ঢোল) বাৰ, শ্ৰাম্ খুজুৰা, খ্ৰাম্ পাস্থাই, দুম্দিং, দগৰ্, পাতিঢোল আদি চাম্ৰাৰে তৈয়াৰী বাদ্য; …