Assamese essay on covid-19কৰ'না ভাইৰাছ

Assamese essay on covid-19

আৰম্ভণি ( Coronavirus essay in Assamese )

সম্প্রতি কভিড ১৯ এটা আন্তৰ্জাতিক ট্ৰাস হিচাপে পৰিগণিত হৈছে । কৰ’না ভাইৰাছ হল এক প্ৰকাৰৰ সংক্ৰামক মহামাৰী । ই গোটেই বিশ্বতে খলকনিৰ সৃষ্টি কৰিছে । বহু বছৰ আগতে SARS-COV-2 নামৰ মহামাৰীৰ উৎপত্তি হৈছিল । এই মহামাৰীৰ বাবেও এক প্ৰকাৰৰ কৰ’না ভাইৰাছেই আছিল দায়ী । বিশ্ব স্বাস্থ্য সংস্থাই কৰ’না ভাইৰাছক মহামাৰী ৰোগ হিচাপে ঘোষণা কৰিছে । কৰ’না ভাইৰাছ বহু সুক্ষ্ম কিন্তু প্ৰভাৱশালী ভাইৰাছ । কৰ’না ভাইৰাছ মানুহৰ এডাল চুলিৰ তুলনাত ৯০০ গুণে সৰু কিন্তু কৰুণা সংক্ৰমণ গোটেই বিশ্বতে বিয়পি আছে । যাৰ বাবে প্ৰতিদিনে লাখ লাখ মানুহ কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ আছে ।

কৰুণা ভাইৰাছৰ জন্ম

২০১৯ চনত হুৱেই প্ৰদেশৰ ওহান চহৰৰ পৰা এই ৰোগবিধ সমগ্ৰ বিশ্বতে বিয়পি পৰি ২০১৯ ৰ পৰা ২০২০ চনত কৰুণা ভাইৰাছৰ বৈশ্বিক মহামাৰীৰ সৃষ্টি কৰে । পৃথিৱীৰ সৰ্বপ্ৰথম কৰুণা ভাইৰাছৰ ৰোগী এইখন চহৰতেই পাইছিল । ইয়াত কাৰণ এইটোৱেই যে এই ৱুহান চহৰত বিভিন্ন প্ৰজাতিৰ পশু -পক্ষীৰ মাংস বিক্ৰী হৈছিল । ইয়াৰে বিজ্ঞানীসকলৰ মতে এই পশু-পক্ষী বিক্ৰী কৰা বজাৰ খনত বাদুলী প্ৰজাতি কৰুণাত সংক্ৰমিট হৈছিল ।

কৰুণা ভাইৰাছ বা কভিড-১৯ কি ?

কৰুণা ভাইৰাছ হল এক সংক্ৰমণ মহামাৰী । এই মহামাৰীত প্ৰথম গৰাকী ৰোগী ২০১৯ চনৰ ১৭ ডিচেম্বৰত আক্রান্ত হৈছিল বুলি ঠাৱৰ কৰা হৈছে । ২০২০ চনৰ ১৮ নৱেম্বৰ লৈকে বিশ্বজুৰি ৫ কুটিৰো অধিক লোক এই ৰোগত আক্ৰান্ত হয় । ই এক ভয়াবহ ৰোগ । assamese essay for class 10 and 9 covid-19

কৰনাৰ লক্ষণ

কৰনাৰ ৰোগ হলে, কাঁহ, অভোক,ক্লান্তি, শ্বাস কষ্ট পেশীৰ বিষ আৰু গাঁঠিৰ বিষ আদি সাধাৰণ লক্ষনে দেখা দিয়ে ।কেতিয়াবা উকালি, বমি, পেটছলা আদি লক্ষনে দেখা দিয়ে । হাঁচি, নাকৰ পৰা পানী উলিওৱা, ডিঙিৰ বিষ আৰু ছালৰ ক্ষতি , কমকৈ দেখা লক্ষন আদি । চীন দেশৰ কিছু ৰোগীৰ প্ৰথম অৱস্থাত কেৱল বুকুৰ বিষ আৰু ঢপদ্ধপনিহে অনুভৱ হৈছিল । প্ৰাথমিক অৱস্থাত কেইবাটাও লক্ষণ দেখা গলেও ওখ চুটি হোৱা দেখা নাযায় । covid-19 essay in assamese 250 words

ইয়াৰ চিকিৎসা আৰু ব্যৱস্থাপনা

বৰ্তমান সময়ত কৰুণা প্ৰতিৰোধৰ বাবে ঔষধ আৰু বেজী ওলাইছে । কৰুণা প্ৰতিৰোধৰ বাবে কভীষিল্ড আৰু কভাকচিন নামৰ দুটা বেজী ওলাইছে । বিজ্ঞানীসকলে বিভিন্ন ধৰণৰ ঔষধো আবিষ্কাৰ কৰিছে ।এতিয়াও কৰুণা ভাইৰাচক নিৰ্মল ভাবে শেষ কৰাৰ বাবে কোনো তেনে প্ৰতিষেধক ওলোৱা নাই । গোটেই পৃথিৱীৰ বিজ্ঞানীয়ে এতিয়াও প্ৰচেষ্টা চলাই আছে । কৰুণা ভাইৰাছৰ সংক্ৰম নোহোৱাৰ বাবে সামাজিক দূৰত্ব মানি চলিব লাগে । মাস্ক পৰিধান কৰা, নিয়মীয়াকৈ চাবোনেৰে হাত ধোঁৱা, চেনিতাইজাৰ ব্যৱহাৰ কৰা , ব্যক্তিগত ঘৰুৱা সা-সৰঞ্জাম আনৰ সৈতে ভাগ -বতৰা নকৰিবলৈয়ো পৰামৰ্শ দিছে ।

সামৰণি

কৰ’না ৰোগ সম্পূৰ্ণৰূপে নিৰাময় হোৱা বুলি কব নোৱাৰি । এই ৰোগে বিভিন্ন দেশত এতিয়াও ভয়াবহ ৰূপ ধাৰণ কৰি আছে । বিশ্বৰ চিকিৎসা বিজ্ঞানী মহলে এতিয়াও বিভিন্ন প্ৰতিষেধক প্ৰস্তুত কৰাৰ বাবে প্ৰচেষ্টা চলাই আছে । আমি সচেতন সমাজে যদি এই ক্ষেত্ৰত সজাক হোৱাৰ উপৰিও আনকো সজাক কৰো তেন্তে বিশ্বৰপৰা অতি শীঘ্ৰেই আমি কভিড -১৯ ভাইৰাছক নাইকিয়া কৰিব পাৰিম ।Assamese essay for class 10 covid-19

READ MORE ASSAMESE ESSAY CLICK HERE

Leave a Comment

Your email address will not be published.