ড° ভূপেন হাজৰীকাৰ বিষয়ে ৰচনা
অসমৰ সদিয়াত ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত ভূপেন হাজৰিকাৰ জন্ম হৈছিল । তেওঁৰ পিতৃৰ নাম নীলকণ্ঠ হাজৰিকা আৰু মাতৃৰ নাম শান্তিপ্ৰিয়া হাজৰিকা । পূৰ্বতে তেওঁলোক শিৱসাগৰ জিলাৰ এখন চহৰ নাজিৰাৰ স্থানীয় লোক আছিল। ১৯৫০ চনত তেওঁ প্ৰিয়মবাদ পেটেলৰ সৈতে বিবাহপাশত আবদ্ধ হয়। প্ৰাৰম্ভিক শিক্ষা ড° ভূপেন হাজৰিকাই সোণাৰাম আৰু ধুবুৰীত কৰিছিল । তেওঁ ১৯৪০ চনত তেজপুৰ …