Month: September 2021

assamese essay in assamese

Assamese essay in assamese language

মহাত্মাগান্ধী মহাত্মাগান্ধী ভাৰতৰ এজন মহান আৰু উৎকৃষ্ট ব্যক্তিত্বৰ ব্যক্তি আছিল । আজিও তেখেতৰ নাম দেশ বিদেশত প্ৰচলিত আছে। মহাত্মাগান্ধীৰ জন্ম 2 অক্টোবৰ, 1869 চনত গুজৰাটৰ কাঠিয়বড়ত অবস্তিত পোৰবন্দৰ স্থানত হৈছিল । মহাত্মাগান্ধীৰ সম্পুৰ্ণ নাম আছিল মোহন দাস কৰমচান্দ গান্ধী যি তেখেতৰ দেউতাকৰ নামত ৰখা হৈছিল । গান্ধীজিৰ মাকৰ নাম আছিল পুতুলি বাই আৰু দেউতাকৰ নাম …

Assamese essay in assamese language Read More »

নেপালীভাষী গোৰ্খাসকল

ছবিলাল উপাধ্যায়

বৰ্তমান বিশ্বনাথ জিলাৰ বুঢ়ীগাঙত ১৮৮২ চনত জন্ম হৈছিল ছবিলাল উপাধ্যায়ৰ। মাধ্যমিক পৰ্যায়লৈকেহে তেওঁ শিক্ষাগ্ৰহণ কৰিছিল। পিছে অননুষ্ঠানিকভাৱে লাভ কৰা শিক্ষাই তেওঁৰ জীৱনক নতুন গতি দিছিল। বৰেণ্য কেইবাগৰাকীও ব্যক্তিৰ সান্নিধ্যত তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত নামে। সেই সময়তে বিটিছ চৰকাৰে কাজিৰঙাৰ সমীপৱৰ্তী এলেকাত থকা গোৰ্খা আৰু মিচিং লোকৰ গৰু-ম’হৰ খুঁটি উচ্ছেদৰ প্রস্তুতিচলাইছিল। ১৯১৯ চনত অসম এছোচিয়েছনৰ সভাত …

ছবিলাল উপাধ্যায় Read More »

নেপালীভাষী গোৰ্খাসকল

নেপালীভাষী গোৰ্খাসকল CLASS 10 QUESTION ANSWER

নেপালী বা গোৰ্খা জনগোষ্ঠীৰ লোকসকল কি কি নৃগোষ্টী লোকৰ সংমিশ্ৰণ ? উত্তৰ:- নেপালী বা গোৰ্খাসকল আৰ্য-মংগোলীয়-কিৰাত নৃ-গোষ্ঠীৰ সংমিশ্ৰণ। (নেপালীভাষী গোৰ্খাসকল) ”লাল মোহৰীয়া পাণ্ডা” বুলি কলে কি বুজা যায় ? উত্তৰ:- প্রাচীন ধৰ্মগ্ৰন্থ অনুসৰি কামাখ্যা মন্দিৰৰ নিৰ্মাতা তথা প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰক বা নৰকাসুৰে কামাখ্যা মন্দিৰত পূজা-অৰ্চনা কৰাবলৈ নেপালৰ পৰা পূজাৰী আমন্ত্ৰণ কৰি আনিছিল। পিছলৈ এই পূজাৰীয়ে কামাখ্যা মন্দিৰত …

নেপালীভাষী গোৰ্খাসকল CLASS 10 QUESTION ANSWER Read More »

দেউৰীসকল Class 10 Question Answer

দেউৰীসকলৰ আদিম বাসস্থান ক’ত আছিল ? উত্তৰ:- দেউৰীসকলে উত্তৰ-পূব দিশেৰে অসমত প্রৱেশ কৰি ব্ৰহ্মপুত্ৰৰ উজনি অঞ্চলত, অৰ্থাৎ বৰ্তমান অৰুণাচল প্রদেশৰ লোহিত জিলাৰ জৈদাম পাহাৰৰ আশে-পাশে বসতি স্থাপন কৰিছিল। সেয়েহে, এই অঞ্চলটোকে কোিলালা আদিম বাসস্থান হিচাপে গণ্য কৰিব পাৰি। দেউৰীসকলে সামাজিকভাবে কেইটা আৰু কি কি খেলত বিভক্ত উল্লেখ কৰা। উত্তৰ :-দেউৰীসকলে সামাজিকভাৱে চাৰিটা খেলত বিভক্ত। এইকেইটা …

দেউৰীসকল Class 10 Question Answer Read More »

তিৱাসকল Class 10

তিৱাসকল Class 10 Question Answer

পাঠভিত্তিক প্রশ্মোত্তৰ ভাষিক দিশৰ পৰা তিৱাসকল কোনটো থালৰ লোক ? উত্তৰ:-ভাষিক দিশৰ পৰা তিৱাসকল ইণ্ডো-চীন ভাষাগোষ্ঠীৰ অন্তৰ্গত তিব্বত-বৰ্মীয় ভাষা পৰিয়ালৰ “বড়ো” থালৰ লোক। তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্তবোৰ কি কি ? উত্তৰ:-তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰসমূহ হৈছে– খ্ৰাম্‌ (ঢোল) বাৰ, শ্ৰাম্‌ খুজুৰা, খ্ৰাম্‌ পাস্থাই, দুম্‌দিং, দগৰ্‌, পাতিঢোল আদি চাম্ৰাৰে তৈয়াৰী বাদ্য; …

তিৱাসকল Class 10 Question Answer Read More »

ইন্দ্ৰসিং দেউৰী in Assamese

সকলো সমাজতে জাতীয় চেতনা জাগ্ৰত কৰিবলৈ, সমাজক আগবঢ়াই নিবলৈ ভিন ভিন সময়ত কিছুমান ব্যক্তিৰ জন্ম হয়। তিৱা সমাজক জাতীয় চেতনাৰে উদ্বুদ্ধ কৰিবলৈ যেন জন্ম হৈছিল এনে এজন ব্যক্তিৰ, নাম যাৰ ইন্দ্ৰসিং দেউৰী ১৯৩২ চনত পশ্চিম কাৰ্বি আংলং জিলাৰ ৰংখৈপাৰ গাঁৱত জন্মা দেউৰীয়েঅষ্টম শ্ৰেণীলৈকে পঢ়িয়েই শিক্ষাজীৱন সামৰিছিল। পাছলৈ বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ সংস্পৰ্শলৈ আহি দেউৰীয়ে উপলব্ধি কৰিছিল …

ইন্দ্ৰসিং দেউৰী in Assamese Read More »

LACHIT BORPHUKAN

Lachit Borphukan essay in Assamese

LACHIT BORPHUKAN ESSAY লাচিত বৰফুকন আছিল অসমৰ এজন মহান দেশভক্ত বীৰ পুত্ৰ । তেওঁৰ দৰে অন্য এজন বীৰৰ উদাহৰণ অসমৰ ইতিহাসত পোৱা নাযায় । আহোম-মোগলৰ মাজত সংঘটিত হোৱা শৰাইঘাটৰ যুদ্ধত তেওঁ যিধৰণৰ দক্ষতা,দায়বদ্ধতা আৰু কাৰ্যক্ষমতাৰ পৰিচয় দিছিল সিয়ে তেওঁৰ নাম অসমৰ ইতিহাসত অমৰ কৰি থৈ গৈছে। এইজনা বীৰ সন্তানৰ জন্ম হৈছিল ১৬১২ খ্ৰীঃত গড়গগীৱৰ ওচৰত। …

Lachit Borphukan essay in Assamese Read More »

অসমৰ বৰ্তমান সমস্যা Present issue of Assam

আৰম্ভণি মই ভাবোঁ বৰ্তমান অসমত নিবনুৱা সমস্যাই এক ভয়াৱহ সমস্যাৰূপে মূৰ দাঙি উঠিছে। যদিও আমাৰ মাজৰে বহুজনে বানপানীৰ সমস্যা আৰু সম্তাসবাদৰ সমস্যাকে অসমৰ বৰ্তমান জ্বলন্ত সমস্যা বুলি অভিহিত কৰিব খোজে, কিন্তু মই এই ক্ষেত্ৰত তেওঁলোকৰ লগত একমত নহয়। কাৰণ বানপানীৰ সমস্যা অসমৰ এক বতৰীয়া সমস্যা, যাক চৰকাৰ তথা ৰাইজৰ সহযোগিতাত সমাধান কৰিব পাৰি। আনহাতে সন্ত্ৰাসবাদৰ …

অসমৰ বৰ্তমান সমস্যা Present issue of Assam Read More »

POLLUTION ESSAY IN ASSAMESE

ENVIRONMENT POLLUTION ESSAY IN ASSAMESE পৰিৱেশ প্ৰদূষণ

ENVIRONMENT POLLUTION ESSAY IN ASSAMESE পৰিৱেশ প্ৰদূষণ আৰম্ভণি পৰিৱেশ বুলিলে আমি আমাৰ চাৰিওফালৰ বায়ু, পানী, মাটি আদিৰ অৱস্থাটোকেই বুজো মাটি, পানী, বায়ু আদিৰ ওপৰত গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি আদিয়েও প্রভাৱ পেলায় ৷ প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰিলে পৰিৱেশ অনুকূল হৈ থাকে আৰু প্ৰাকৃতিক ভাৰসাম্য হেৰালে পৰিৱেশ প্রতিকূল হৈ পৰে। প্ৰদূষণ কি সাধাৰণতে প্ৰাকৃতিকভাৱে , বায়ু ,পানী, মাটি …

ENVIRONMENT POLLUTION ESSAY IN ASSAMESE পৰিৱেশ প্ৰদূষণ Read More »