সমাস Assamese Grammar Class 10
Assamese Grammar class 10 সমাস সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা। উত্তৰঃ পৰস্পৰ সমন্ধ বিশিষ্ট দুই বা অধিক পদৰ (শব্দৰ) একপদী ভাব বা এটা অৰ্থযুক্ত শুৱলা শব্দ হোৱাকে সমাস বোলা হয় । সমাস ছয় প্ৰকাৰৰঃ- (ক) দ্বন্দ সমাস (খ) দ্বিগু সমাস (গ) বহুব্রীহি সমাস (ঘ) কৰ্মধাৰয় সমাস (ঙ) তৎপুৰুষ সমাস (চ) অব্যয়ীভাৱ সমাস দ্বন্দ …