বৰগীত class 10 question answer
বৰগীত class 10 question answer bur tolot oti khudor koi diya ase akha koru apunaluke iyar pora upokrito hobo. বৰগীত প্রশ্ন ১ চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া। (ক) “……..নেৰিবা বান্ধৱ মোক জীৱনে মৰণে ।” ———কবিয়ে জীৱনে মৰণে নেৰিবৰ কাৰণে কাক অনুৰোধ কৰিছে ? উত্তৰ :- কবিয়ে জীৱনে-মৰণে নেৰিবৰ কাৰণে ভগৱানক অনুৰোধ কৰিছে কৰিয়ে ইতিমধ্যে ভগৱানৰ চৰণত …