Class 10 Science Chapter 16 Question answer in Assamese
প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা পাঠভিত্তিক প্ৰশ্নোত্তৰ Class 10 Science Chapter 16 Question answer in Assamese 1. পৰিৱেশ হিতৈষী হ’বলৈ তোমাৰ কি কি অভ্যাসৰ পৰিৱৰ্তন কৰিব পাৰা ? উভৰৰ আভাসঃ তলত উল্লেখ কৰা অভ্যাসৰ পৰিৱৰ্তনসমূহে মোক অধিক পৰিৱেশ হিতৈষী হোৱাত সহায় কৰিব পাৰে? (i) ব্যৱহাৰ কৰি নথকা অৱস্থাত বিজুলীবাতি, পাংখা আদি বন্ধ ৰখা। (ii) বিদ্যালয়,অফিচ-কাৰ্যালয় আদিলৈ অহা-যোৱাৰ …
Class 10 Science Chapter 16 Question answer in Assamese Read More »