Class 10 science assamese medium ch-14
Class 10 science assamese medium chapter 14 question answer in assamese পাঠভিত্তিক প্ৰশ্নোত্তৰ 1. শক্তিৰভাল উৎস কি ? উঃ শক্তিৰ ভাল বা আদৰ্শ উৎস হ’ল যিবোৰত তলত দিয়া শুণসমূহ থাকেঃ 1.যিটোৱে প্রতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমাণৰ কাৰ্য কৰে। 2. যিটো সহজে উপলব্ধ। 3. যিটোৰ সঞ্চয় আৰু পৰিবহণ সহজসাধ্য। 4. যিটো মিতব্যয়ী। 5.যিটো …