CLASS 10 SCIENCE ASSAMESE MEDIUM
Class 10 Science Assamese medium Chapter 3 ধাতু আৰু অধাতু question answer in Assamese. 1. ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু(1) সাধাৰণ উষ্ণতাত জুলীয়া (2) বতৰ ৰ নহলে কাটিব পাৰি (3) তাপৰ আটাইতকৈ সুপৰিবাহী ৷ (4) তাপৰ কম পৰিবাহী ৷ উত্তৰ :(1) পাৰা (2) লিথিয়াম(3) কপাৰ (তাম) (4) সীহ (লেড) 2. ধাতুৰ ঘাত সহনীয়তা-আৰু নমনীয়তাৰ …