CLASS 10 SCIENCE ASSAMESE MEDIUM CHAPTER 1 অধ্য়ায়–১ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ CHEMICAL REACTIONS AND EQUATIONS Class 10 Science Assamese medium Question and Answer 1.বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল কিয় পৰিস্কাৰ কৰি ল‘ব লাগে কিয় ? উত্তৰ:- মেগনেছিয়ামৰ উপৰত মেগনেছিয়াম কাৰ্বনেটৰ এটি তৰপ পৰি থাকে । এই তৰপতো থাকিলে দহনৰ সময়ত বায়ুৰ মুক্ত অক্সিজেনৰ লগত পোনে পোনে সংস্পৰ্শলৈ নাহে. সেইবাবে মেগনেছিয়ামৰ ফিটা এডাল ভালকৈ দহন নহয় । সেয়েহে দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল কিয় পৰিস্কাৰ কৰি ল’ব লাগে । 2. তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা । (i) হাইড্ৰ‘জেন + ক্ল‘ৰিন–> হাইড্ৰ‘জেন ক্লৰাইড (ii)বেৰিয়াম ক্ল‘ৰাইড + এলুমিনিয়াম ছালফেট–> বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল‘ৰাইড (iii) ছ‘ডিয়াম + পানী–> ছ‘ডিয়াম হাইড্ৰ‘ক্সাইড …
Class 10 Science Assamese Medium Read More »